Bollywood Actor Death: দেশৰ মনোৰঞ্জন ক্ষেত্ৰলৈ আন এক দুখবৰ। বলীউদৰ জ্যেষ্ঠ অভিনেতা ৰমাকান্ত দয়ামাৰ দেহাৱসান। জানিব পৰা অনুসৰি বিগত কেইবামাহো ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল বৰ্ষীয়ান অভিনেতাগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *