Category: ৰাষ্ট্ৰীয়

বিকৃত ভাৰতীয় মানচিত্ৰ দেখি ৰেষ্টুৰেণ্টতে মাত মাতিছিল লাভলিনাই, প্ৰধানমন্ত্ৰী মোদীৰ মুখত অসম কন্যাৰ প্ৰশংসা

দেশৰ মানচিত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে পুনৰ চৰ্চাত অসম কন্যা লাভলিনা বৰগোহাঁই। কমনৱেলথ গেমছ ২০২৬ৰ সময়ত স্কটলেণ্ডৰ গ্লাছগ’ৰ এখন ৰেষ্টুৰেণ্টত…

শিৱসাগৰত মিষ্টাৰ বিতু’ৰ উদ্যোগত গঢ় লৈ উঠিল অসমৰ প্ৰথমখন ‘জুবিন নগৰ’

প্ৰকৃতিৰ কাৰাল ৰূপত সৰ্বস্বান্ত হোৱা ১৮টা পৰিয়ালৰ বাবে এতিয়া আশাৰ ৰেঙণি। শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ ২নং ৱাৰ্ডৰ বানাক্ৰান্ত লোকসকলক পুনৰ…

বান সাহায্যৰ ধন একাউণ্টত সোমোৱাৰ পিছতে হাহাকাৰ! ১৫ হাজাৰৰ সলনি ৩০ হাজাৰ টকা লাভ কৰা প্ৰায় ৩ হাজাৰ বানাক্ৰান্তৰ একাউণ্ট হ’ল্ড

যোৰহাট, শিৱসাগৰ আৰু গোলাঘাটত সংঘটিত হৈছে ধনৰ দুবাৰকৈ জমা হোৱাৰ ঘটনা ৰাজ্যত বানপীড়িত লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ঘোষণা কৰা…

বান সাহায্যৰ ১৫ হাজাৰ টকাৰ ধন প্ৰদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ, বিসংগতি স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ

অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ ৰখা হৈছে। সাহায্য…

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ! ‘আপোন বাহন’ আঁচনিৰ সুবিধা এতিয়া এইসকল কৰ্মচাৰীয়েও পাব

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসম চৰকাৰৰ বিত্ত (অডিট এণ্ড ফাণ্ড) বিভাগে। ‘আপোন বাহন’ আঁচনিৰ ক্ষেত্ৰত নতুন…

নেপালীখুঁটিত বানৰ বিভীষিকা পৰিদৰ্শন জে পি নাড্ডাৰ, “কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ কাষত আছে”

অসমৰ বানবিধ্বস্ত নেপালীখুঁটি অঞ্চল আজি পৰিদৰ্শন কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই। তেওঁৰ সৈতে উপস্থিত আছিল…

ফুকেটৰ পৰা দিল্লীগামী এয়াৰ ইণ্ডিয়াৰ বিমানত টাৰ্বুলেন্স, ১০ যাত্ৰীসহ ৪ কেবিন ক্ৰিউ আহত

থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ AI2379 নম্বৰৰ বিমানখনত সোমবাৰে উৰণৰ মাজতে তীব্ৰ টাৰ্বুলেন্সৰ সৃষ্টি হোৱাত ১০ জন…

‘মই শেষ হৈ গ’লো, মোৰ একো নাথাকিল! মই কেৱল মোৰ ছোৱালীজনীক এবাৰ চাব বিচাৰো…’ – বানে ধোৱা নেপালীখুঁটিত এগৰাকী পিতৃৰ হাহাকাৰ

১৯ জুলাইৰ বানত দেৱৰাম পাণিকাৰ পত্নী আৰু ৪ বছৰীয়া জীয়ৰী ৰাধিকা উটি গ’ল. পত্নীৰ মৃতদেহ উদ্ধাৰ হ’ল যদিও ৰাধিকাৰ সন্ধান…

ভাৰতৰ এই ৭খন সংৰক্ষিত অৰণ্যত ওচৰৰ পৰা চাব পাৰিব বনৰীয়া হাতীৰ মনোমোহা দৃশ্য

৯ জুলাই: এছিয়ান হাতীৰ সৰ্বাধিক বনৰীয়া জনসংখ্যা থকা দেশসমূহৰ ভিতৰত ভাৰত শীৰ্ষস্থানত আছে। দেশখনৰ বিভিন্ন অৰণ্য, তৃণভূমি আৰু নদী উপত্যকাত…

Himanta Biswa Sarma: বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী, সংবাদমেলত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত-জাপান শীৰ্ষ সন্মিলন। এই সন্মিলনৰ পাছতেই অসমত মুকলি হ’লহেঁতেন উন্নয়নৰ নতুন দিগন্ত। বিনিয়োগৰ অলেখ সম্ভাৱনা…